Posted inঅসম

VCDC পদৰ পৰা অপসাৰণ শুকুৰ আলীক

নিউজ ডেস্কঃ দুৰ্নীতিৰ অভিযোগত তিনিমাহৰ পিছত জেলত থকা শুকুৰ আলী আহিল মুকলি আকাশৰ তললৈ। জেলৰ পৰা  আহিয়ে আন এটা বেয়া খবৰৰ সন্মুখীল হ’ল তেওঁ। শুকুৰ আলীয়ে হেৰুৱালে ভিছিডিচি ৰ চেয়াৰমেনৰ পদ। শুকুৰক অপসাৰণৰ পিছতেই আব্দুল মালিকক নতুন VCDC ৰ চেয়াৰমেনৰ দায়িত্ব দিয়া হৈছে বুলি জানিব পৰা গৈছে। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ […]