নিউজ ডেস্কঃ সময় পাখি লগা কাঁড়ৰ দৰে। এবাৰ গুছি যোৱা সময় আৰু ওভতাই পোৱা নাযায়। সময়ৰ কাম সদায় সময়তে কৰিব লাগে। শৃংখলাবদ্ধ জীৱন যাপনৰ ক্ষেত্ৰত সময় অতি গুৰুত্বপূৰ্ণ। সকলোবোৰ সঠিক সময়ত কৰা, সঠিক সময়ত উপস্থিত হোৱা, সেয়া বিদ্যালয়-মহাবিদ্যালয়, কাৰ্যালয়তেই হওঁক বা কোনো অনুষ্ঠানেই হওঁক। সময়মতে উপস্থিত থকাটো শৃংখলাবদ্ধ বুলি গণ্য কৰা হয়। পিছে এইখন বিশ্বতে এনে […]