Posted inNews

যুৱক-যুৱতীসকলক সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি সকলোকে সীমান্তৱৰ্তী গাঁওসমূহ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে। মোদীয়ে কয় যে, এই ভ্ৰমণে আমাৰ যুৱক-যুৱতীসকলক ভিন্ন সংস্কৃতিৰে পৰিচয় কৰাব আৰু ইয়াত বসবাস কৰা লোকসকলৰ আতিথ্যৰ অভিজ্ঞতা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব। অমৃত মহোৎসৱৰ টুইটাৰ হেণ্ডেলৰ এটি টুইট কৰা অনুসৰি, ভাইব্ৰেন্ট ভিলেজ কাৰ্য্যক্ৰমৰ অধীনত ওড়িশাৰ যুৱক-যুৱতীসকলে কিবিথু আৰু টুটিঙৰ […]