নিউজ ডেস্কঃবলীউড অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাইফৰ প্ৰেমৰ সম্পৰ্ক বৰ্তমান চৰ্চাত আছে। কিন্তু তাৰকা দুগৰাকীয়ে ৰাজহুৱাভাৱে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ একো প্ৰকাশ কৰা নাই। বিকী-কেটৰিনাই গোপনে Engagement কৰাৰ বাতৰিও ইতিমধ্যে প্ৰকাশ পাই আহিছে ৷ ইয়াৰ মাজতে শেহতীয়াকৈ দুয়োগৰাকীয়ে বিবাহৰ প্ৰস্তুতি আৰম্ভ কৰাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে বিয়াৰ তাৰিখটোও নিৰ্ধাৰণ হৈছে। সংবাদ মাধ্যমৰ সূত্ৰই জনোৱা […]