Posted inমুখ্যপৃষ্ঠা

অভিযোগকাৰীয়ে হ’লগৈ আচামীঃ সঁচাকৈ এয়া কোনো James Bondৰ চিনেমা নহয় ছাৰ…

ৰাজৰ্ষি চহৰীয়া ভিক্টৰ দাস বৰ্তমান আৰক্ষীৰ জিম্মাত। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন সম্পৰ্কীয় ৭ ছেপ্টেম্বৰত এটা টুইট কৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাসক।  ভিক্টৰ দাসে ৭ ছেপ্তেম্বৰত কৰা এটা টুইট আছিল এনেধৰণৰ – ‘‘Respected Sir , a huge lobby is running for the backdoor appointment of the recently […]