Posted inঅসম

যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাকলৈ উত্তপ্ত পৰিস্থিতি

নগাওঁঃ এগৰাকী যুৱতীৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাকলৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত ৷ নগাঁৱৰ হুজগাঁৱৰ বিপ্লৱ দাস নামৰ যুৱকজনে একেখন গাঁৱৰে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ লগতে পঢ়কঃগাছবাৰীৰ বৃন্দাবন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি তিনিবছৰৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰা […]