নিউজ ডেস্কঃ দীৰ্ঘদিন ধৰি সংবাদ মাধ্যমত বিয়পি পৰা হৃত্বিক ৰৌশন আৰু ছৈইফ আলী খানৰ ছবি ‘বিক্ৰম বেধাক ‘ লৈ এক খবৰ ভাইৰেল হৈ আছিল, য’ত কোৱা হৈছিল যে ১১ আগষ্টত মুক্তি পাব ‘বিক্ৰম বেধা’ৰ টিজাৰ। একেদিনাই ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘লাল সিং চদ্ধা’ আৰু ‘ৰক্ষা বন্ধন’। খবৰ অনুসৰি, ছবিখনৰ সৈতে টিজাৰ সংলগ্ন কৰা নহ’ব, […]