Posted inNews

নতুন সংসদ ভৱনৰ ফালে আগবাঢ়ি যোৱাত মল্লযোদ্ধাসকলক আটক দিল্লী আৰক্ষীৰ

নিউজ ডেস্কঃ ৩৪ দিন ধৰি যন্তৰ মন্তৰত প্ৰতিবাদ কৰি থকা মল্লযোদ্ধাসকলক আজি দিল্লী আৰক্ষীয়ে আটক কৰে। নতুন সংসদ ভৱনৰ সন্মুখত মল্লযোদ্ধাসকলে প্ৰতিবাদ কৰিবলৈ যোৱাৰ সময়তেই দিল্লী আৰক্ষী সৈতে তেওঁলোকৰ সংঘৰ্ষ হয়। নতুন সংসদ ভৱনৰ সন্মুখত ৰখা বেৰিকেড পাৰ কৰিবলৈ লওঁতেই আৰক্ষীয়ে বজৰং পুনিয়া, বিনেশ-সংগীতা ফোগাট, সাক্ষী মালিক আৰু অন্যান্যসকলক আটক কৰে। তাৰ পিছতেই আৰক্ষীয়ে মল্লযোদ্ধাসকলৰ […]