নিউজ ডেস্ক- ফ্ৰান্সৰ বিভিন্ন চহৰত এতিয়া সংঘটিত হৈ আছে হিংসাত্মক ঘটনা। ঠায়ে ঠায়ে সংঘটিত কৰা হৈছে অগ্নিকাণ্ড, জ্বলাই দিয়া হৈছে ফ্ৰান্সৰ মাৰচেইল চহৰত থকা পুথিভঁৰাল । কিন্তু কিয় উত্তাল হৈ পৰিছে ফ্ৰান্সবাসী? দৰাচলতে চলিত বৰ্ষৰ ২৭ জুনত ফ্ৰান্সত সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। নাহেল এম নামৰ এজন ১৭ বছৰীয়া যুৱকক ট্ৰেফীক আৰক্ষীয়ে ৰখিবলৈ দিয়াৰ পাছতো […]