নিউজ ডেস্ক: সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা শিহৰণকাৰী দৃশ্য। এটা সু-উচ্চ বিল্ডিঙৰ খিৰিকীৰ পৰা হঠাৎ তললৈ সৰি পৰিছে এটি কণমানি শিশু,পিছে ক্ষন্তেকৰ বাবে উশাহ স্তব্ধ হৈ পৰা উক্ত দৃশ্যৰ পিছ মুহূৰ্ততে দেখা যায় আন এক অভূতপূৰ্ব দৃশ্য। বিল্ডিংটোৰ তলত এজন লোকে দৌৰি আহি তললৈ সৰি পৰা শিশুটিক নিজৰ কোলাত সাবটি লয়। এক অবিশ্বাস্য ঘটনা, […]