Posted inদেশ-বিদেশ

Viral : ১২ফুট দীঘল কিং কোব্ৰাৰ লগত যুৱকৰ খেলা

ভয়ংকৰ! এডাল প্ৰকাণ্ড কিং কোব্ৰাৰ লগত জীৱন-মৰণৰ খেলা যুৱকৰ। সাপডালক নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যুৱকজনে। এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।