Posted inঅসম

ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু ৰবিচন্দ্ৰন অশ্বিনক অব্যাহতি!

কালি ইংলেণ্ডৰ সমূখত নিৰ্লজ্জ আত্মসমৰ্পন কৰাৰ পিছত এইটো প্ৰায় নিশ্চিত যে স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু দীনেশ কাৰ্তিকে দেশৰ হৈ তেওঁলোকৰ জীৱনৰ অন্তিমখন খেল খেলিলে।