নিউজ ডেস্কঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে সাজু হৈছে টীম ইণ্ডিয়াৰ ক্ৰিকেট দল। অহা ৭ জুনৰ পৰা লণ্ডনৰ অ’ভেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত মুখামুখি হ’ব। ২৮ মে’ত সমাপ্ত পৰিব আইপিলৰ সকলো খেল। ইয়াৰ পিছতেই ভাৰতীয় ক্ৰিকেটৰ মুখ্য টেষ্ট দলটো খেলুৱৈ সহ সকলো সদস্য ইংণ্ডেললৈ ৰাওনা হ’ব। পিছে ইয়াৰ পূৰ্বে আজি টীম ইণ্ডিয়াৰ পৰা […]
Tag: Virat Kohli
Posted inমুখ্যপৃষ্ঠা