নিউজ ডেস্কঃ গুৱাহাটীৰ বেলতলাৰ বিশাল মেগা মাৰ্টত ওলমিল তলা। এগৰাকী সাংবাদিক আৰু পত্নীক অভব্য আচৰণ কৰাৰ অভিযোগত সদৌ অসম একত্ৰিত যুৱ পৰিষদে বন্ধ কৰি দিলে বিশাল মেগা মাৰ্ট। নিশা ১০ বজালৈ SOP নামানি খোলা ৰাখিছিল বিশাল মেগা মাৰ্ট। সাংবাদিকজনে প্ৰশ্ন কৰাত অভব্য আচৰণ কৰাৰ অভিযোগ। ইফালে সোমবাৰে নিশা বিশ্বনাথ জিলা প্ৰশাসনে ছীল কৰিলে বিশ্বনাথ চাৰিআলিৰ […]