Posted inক্ৰীড়া

আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰচনৰ উপ-সভাপতি নিৰ্বাচিত বিশ্বনাথন আনন্দ

নিউজ ডেস্ক: আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছে ভাৰতৰ দবা গ্ৰেণ্ডমাষ্টাৰ তথা পাঁচবাৰৰ বিশ্ব দবা চেম্পিয়ন বিশ্বনাথন আনন্দ। আজি আন্তৰ্জাতিক দবা ফেডাৰচনৰ সভাপতি আৰু উপ-সভাপতি পদৰ বাবে অনুষ্ঠিত নিৰ্বাচনত আনন্দ উপ-সভাপতি নিৰ্বাচিত হোৱাৰ বিপৰীতে সভাপতি পদত আৰ্কাডি ডভোৰ্কভিচ দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হয়। ডভোৰ্কভিচে ১৫৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিপক্ষ আদ্ৰে বেপিস্পোলেটছে লাভ […]