নিউজ ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়া ৱাগনাৰ গ্ৰুপৰ মুৰব্বীক হত্যা নতুবা জে’লত ৰখা হৈছে বুলি আমেৰিকান সেনাবাহিনীৰ প্ৰাক্তন জেনেৰেল ৰবাৰ্ট আব্রামছে আশংকা প্রকাশ কৰিছে। বাগনাৰ গ্ৰুপৰ মুৰব্বী য়েভগেনি প্রিগ’ঝিন বিদ্ৰোহৰ পাঁচ দিনৰ পিছত পুটিনক সাক্ষাৎ কৰিছিল। জানিব পৰা অনুসৰি, প্রিগ’ঝিনে পুটিনৰ সৈতে প্ৰায় তিনি ঘণ্টীয়া বৈঠকত বহিছিল। উক্ত বৈঠকৰ পিছতেই , প্রিগ’ঝিনৰ […]