Posted inমুখ্যপৃষ্ঠা

How to: ভোটাৰ তালিকাত নামভৰ্তি কৰিবলৈ মাত্ৰ Follow কৰক এইকেইটা Step

আপোনাৰ বা আপোনাৰ পৰিয়ালৰ সদস্যৰ বয়স যদি ১৮ বছৰ হৈছে, তেন্তে কেনেকৈ ঘৰতে বহি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব।  মোবাইল বা লেপটপতেই এতিয়া কৰিব পাৰিব ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত। তাৰ বাবে তলত উল্লেখ কৰা ধৰণে আপোনালোকে Stepবোৰ Follow কৰি যাওঁক- ভোটাৰ তালিকাত নামভৰ্তি কৰিবলৈ প্ৰথমে আপোনালোকে https://www.nvsp.in ত ক্লিক কৰক।  তাৰপাছত আপোনালোকে Login/Register ত […]