নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰাৰ হোটেল বৃন্দাবন গাৰ্ডেনত বৃহস্পতিবাৰে পুৱা ৬.৩০বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত হোটেলখনৰ দুজন কৰ্মচাৰীৰ থিতাতে মৃত্যু হয় । মৃত কৰ্মচাৰী দুজন উমেশ আৰু বিৰি সিং বুলি জানিব পৰা গৈছে। আনহাতে, বিজেন্দ্ৰ সিং নামৰ এজনক সংকটজনক অৱস্থাত আগ্ৰা হস্পিতালত ভৰ্তি কৰোৱা হৈছে। অগ্নিকাণ্ড হোটেলখনৰ প্ৰথম মহলাত থকা এটা ষ্টৰ ৰূমত […]