Posted inঅসম

মৃত কুকুৰ ভক্ষণ কৰি কামৰূপত ২০ টা শগুণৰ মৃত্যু

গুৱাহাটী: মৃত কুকুৰ ভক্ষণ কৰি পুনৰ ২০ টা শগুণৰ মৃত্যু। ১২ শগুণক অসুস্থ অৱস্থাত উদ্ধাৰ কৰিলে বন বিভাগে। অসুস্থ শগুণ কেইটাক ৰাণীস্থিত শগুণ সংৰক্ষণ কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হৈছে। দক্ষিণ কামৰূপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত বৰিহাটৰ বৰহেৰামদৈৰ আদিপুৰত পুনৰ ২০ টাকৈ শগুণৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত মৃত শগুণ কেইটাক পথাৰত পৰি থকা অৱস্থাত অঞ্চলটোৰ […]