Posted inঅসম

সৰ্বানন্দ সোণোৱালে তদন্ত নকৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে এতিয়া আশা

গুৱাহাটী : ৱাকাফ বৰ্ডত দুৰ্নীতি সংঘটিত হোৱা অভিযোগ দীর্ঘদিনীয়া। ৱাকাফ বৰ্ডৰ লগত জড়িত একাংশ বিষয়া কৰ্মচাৰীয়ে ৱাকাফ বৰ্ডৰ সম্পত্তি লুটিপুতি খাইছে। কংগ্ৰেছৰ দিনৰে পৰা ৱাকাফ বৰ্ডক খীৰতি গাই হিচাপে ব্যৱহাৰ কৰি আহিছে একাংশ লোকে। কংগ্ৰেছৰ দিনত ৱাকাফ বৰ্ডৰ লগত জড়িত একাংশ লোকে বৰ্ডখনৰ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এই অভিযোগৰ তদন্ত […]