গুৱাহাটীঃ অসমৰ ১৪০০০ৰো অধিক দুগ্ধ উৎপাদকৰ এক সংস্থা “পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (WAMUL)”ৰ মালিকানাধীন ব্ৰেণ্ড পূৰবী ব্ৰেণ্ডৰ অধীনত অধিক সংখ্যক উৎপাদকক দুগ্ধ সংস্থাপনলৈ আহিবলৈ উৎসাহিত কৰাৰ বাবে APART-ৰ অধীনত এক প্ৰচেষ্টা হিচাপে এক এফএম ৰেডিঅ’ অভিযান আৰম্ভ কৰা হৈছে। বিশ্ব বেংকৰ পুঁজিযুক্ত অসম চৰকাৰৰ APART প্ৰকল্পৰ অধীনত আনুষ্ঠানিক দুগ্ধ মূল্য শৃংখলাৰ অন্তিম […]