Posted inঅসম

দীপৰ বিলৰ স্বাৰ্থত পবিতৰাৰ মৰণ? কোনে ল’ব মহানগৰবাসীৰ আৱৰ্জনাৰ ভাৰ?

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ দীপৰ বিলৰ কথা প্ৰতিজন অসমীয়াই নিশ্চয় জানে। অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জৈৱ বৈচিত্ৰৰে ভৰপূৰ দীপৰ বিলৰ বাবে ইমান দিনে এক বৃহৎ ভাবুকিস্বৰূপ হৈ আহিছিল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড। সুখৰ কথা যে উক্ত ডাম্পিং গ্ৰাউণ্ডক এতিয়া সেই স্থানৰ পৰা স্থানান্তৰিত কৰা হ’ব। চৰকাৰৰ এই সিদ্ধান্তই প্ৰকৃতিপ্ৰেমী […]