Posted inঅসম

লক ডাউনৰ সময়ছোৱাক উপযুক্ত ব্যৱহাৰ কৰিলে ৰূপাংকৰ ভট্টাচাৰ্যই

গুৱাহাটী : ইউ কে’ৰ ‘Waste Aid’ নামৰ আন্তঃৰাষ্ট্ৰীয় সন্থাই আয়োজন কৰা এক বিশেষ প্ৰতিযোগতিত অংশগ্ৰহণ কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে মহানগৰী গুৱাহাটীৰ এজন যুৱকে। প্ৰতিযোগিতাখনত ভাৰতৰ ১০০ গৰাকী প্ৰতিযোগীক পিছ পেলাই গুৱাহাটীৰ ৰূপাংকৰ ভট্টাচাৰ্যই প্ৰথম স্থান দখল কৰি গৌৰৱ কঢ়িয়াই আনিছে। এক বিশেষ পদ্ধতিৰে কাগজ প্ৰস্তুত কৰি ‘Zero Waste Cities Challenge’ নামৰ এই প্ৰতিযোগিতাত […]