Posted inঅসম

এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ পৰিস্থিতি ওদালগুৰি জিলাৰ ৩ নং ৰাজাগড় অঞ্চলত

গোৰেশ্বৰঃ ভাৰত-ভূটান সীমান্তৰ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্ত্তী পানেৰী বিধান সভা সমষ্টিৰ ওদালগুৰি জিলাৰ ৩ নং ৰাজাগড় অঞ্চলত বছৰ বছৰ ধৰি খোৱা পানীৰ সমস্যাত ভুগিছে গঞা ৰাইজে । ভূগৰ্ভৰ পানীৰ স্তৰ বহু তলত হোৱা হেতুকে বৃহত্তৰ অঞ্চলটোত খোৱাপানীৰ সমস্যাত দীৰ্ঘদিন ধৰি ভুগিছে ৰাইজে। দূষিত পানীকে সেৱন কৰি চলিব লগা হৈছে শিশুৰ পৰা বৃদ্ধলৈ। ইয়াৰ ফলত […]