নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰিও তেওঁ দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ’ সেৱা উদ্বোধন কৰে। লগতে মোডীয়ে তিৰুৱন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলায়ো স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰথমে পুৱা ১১ বজাত তিৰুৱন্তপুৰম চেন্ট্ৰল ৰেল ষ্টেচনত উপস্থিত হয় আৰু তিৰুৱন্তপুৰম-কাচাৰাগোডৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখনক ফ্লেঘ অ’ফ কৰি […]