গৌৰীপুৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ লালকুৰা গাৱঁত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ। এক বিশেষ সূত্ৰত খবৰ লাভ কৰি আৰক্ষীয়ে গাওঁখনত অভিযান চলাই উদ্ধাৰ কৰে ৪টা হস্তনিৰ্মিত বন্দুক, ২০০গ্ৰাম সোণ আৰু ১,০,২০০০টকা নকল নোট। আৰু পঢ়কঃ অ’এনজিচি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ১৪জনক গ্ৰেপ্তাৰ গাওঁখনৰ বাসিন্দা মজিবুৰ ৰহমানৰ পৰা ধুবুৰী আৰক্ষীয়ে অস্ত্ৰসহ টকাখিনি জব্দ কৰে। ব্যক্তিজনক আটক কৰি ধুবুৰী আৰক্ষীয়ে […]