নিউজ ডেস্ক- ৰাজ্যত নেৰা-নেপেৰা বৰষুণৰ ফলত এখনৰ পাছত আনখন জিলা বানৰ কবলত পৰিছে। লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়, বিশ্বনাথ, দৰং, তামুলপুৰ আৰু ওদালগুৰি জিলা বানৰ কৱলত পৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা লাভ কৰা তথ্য মতে, সাতখন জিলাৰ ৭৭খন গাঁৱৰ ৩৪ হাজাৰ ১৮৯জন লোক বানৰ ফলত প্ৰভাৱিত হৈছে। বান প্ৰভাৱিত লোকসকলৰ ভিতৰত লখিমপুৰ জিলাৰ নাওবৈচাৰ […]