Posted inদেশ-বিদেশ

সমগ্ৰ দেশতে আৰম্ভ হ’ল দক্ষিণ-পশ্চিম মৌচুমী বতাহ: ভাৰতীয় বতৰ বিজ্ঞান বিভাগ

নিউজ ডেস্ক: গুজৰাট আৰু ৰাজস্থানত বৰষুণ অহাৰ লগে লগে সমগ্ৰ দেশতে দক্ষিণ-পশ্চিম মৌচুমী বতাহ ইতিমধ্যে আৰম্ভ হৈ গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে জনায়। বতৰ বিজ্ঞান বিভাগে কয যে এইবাৰ “স্বাভাৱিক তাৰিখৰ (৮ জুলাই) ছয় দিন আগতেই শনিবাৰে দক্ষিণ-পশ্চিম মৌচুমী সমগ্ৰ দেশক সামৰি লয়।” উল্লেখযোগ্য যে এইহাৰ কেৰালাত ১ জুনৰ স্বাভাৱিক তাৰিখৰ তিনি দিন আগতেই […]