গুৱাহাটী : “আন্তৰ্জাতিক সমীক্ষা মতে ২০২০ বর্ষত সমগ্ৰ বিশ্বতে কৰ্কট ৰোগীৰ সংখ্যা ১ কোটি ৯৩ লাখলৈ বৃদ্ধি পাইছে। অন্য এক গৱেষণা মতে সমগ্ৰ বিশ্বত ৫ জন লোকৰ ভিতৰত ১ জন লোক নিজৰ জীৱন কালত কৰ্কট ৰোগত আক্রান্ত হ’ব। এই ভয়াবহ তথ্য সদৰী কৰিছে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ এ.চি. কটকীয়ে। উল্লেখ্য যে, বিশ্ব […]