Posted inদেশ-বিদেশ

ড্ৰাগছ খুৱাই সিংহৰ পোৱালিৰ লগত ফটোশ্বুট কৰি বিপদত পৰিল নৱ বিবাহিতা দম্পতী

নিউজ ডেস্ক– বিবাহ এক সুমধুৰ অনুষ্ঠান। সকলোৱে বিবাহৰ এই মুহূৰ্ত্তসমূহ স্মৃতিৰ মানসপটত চিৰদিনৰ বাবে সজীৱ কৰি ৰাখিবলৈ হাবিয়াস কৰে। কিছু কিছু লোকৰ কলাসুলভ মনটোৱে আকৌ এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম ধৰণেৰেও চিন্তা কৰে। ঠিক এনে এক ব্যতিক্ৰমী ঘটনা ঘটিল পাকিস্থানৰ লাহোৰত। এহাল নৱ বিবাহিতা দম্পতীয়ে নিজৰ বিবাহৰ স্মৃতিসমূহ আৰু অধিক বিশেষ কৰি তুলিবলৈ ফটোশ্বুট কৰিলে এটা […]