Posted inNews

কমনৱেল্থ গে’মছৰ বাবে মিৰাবাই চানুয়ে বঢ়ালে ওজন; নতুন শাখাত খেলিব

নিউজ ডেস্ক: অলিম্পিকত ৰূপৰ পদক বিজয়ী ভাৰোত্তোলক মিৰাবাই চানুয়ে চলিত বৰ্ষৰ শেষৰফালে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গে’মছত ৫৫ কেজি শাখাত অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে ৫৫ কেজি শাখাত এইয়া চানুৰ প্ৰথমখন প্ৰতিযোগিতা হ’ব। ইয়াৰ পূৰ্বে ৪৯ কেজি শাখাত যথেষ্ট সফলতা অৰ্জন কৰা চানুয়ে বিগত বৰ্ষত অনুষ্ঠিত টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল। তাৰ পূৰ্বে তেওঁ ২০১৭ […]