Posted inদেশ-বিদেশ

পেংগবৰ বিবাদঃ পশ্চিমবংগৰ হাৱড়াত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ

নিউজ ডেস্কঃ পশ্চিম বংগৰ পঞ্চলা বাজাৰৰ পেংগবৰ বিবাদক লৈ আজি পুনৰ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত হয়। একাংশ দুষ্কৃতিকাৰীয়ে এই সময়চোৱাত আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। ইয়াৰ পূৰ্বে যোৱাকালিও একাংশ এলেকাত বিজেপিৰ পৰা নিলম্বিত নেতা নুপুৰ শৰ্মা আৰু বিজেপিৰ পৰা নিলম্বিত নবীন কুমাৰ জিন্দৰ […]