নিউজ ডেস্কঃ বিজেপিৰ যাত্ৰা স্তব্ধ কৰি পশ্চিমবংগৰ শাসন ভাৰ তৃতীয়বাৰৰ বাবে দখল কৰি মুখ্যমন্ত্ৰীত্বৰ আসনত বঢ়া মমতা বেনাৰ্জী এতিয়াও বিধায়ক হিচাবে নিৰ্বাচিত হোৱা নাই। কেইমাহ মান পূৰ্বে অনুষ্ঠিত হৈ যোৱা পশ্চিমবংগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত নন্দীগ্ৰাম বিধানসভা সমষ্টিত বিজেপিৰ নেতা শুভেন্দ্ৰু অধিকাৰীৰ হাতত পৰাস্ত হৈছিল মমতা বেনাৰ্জী। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা […]