Posted inৰাজনীতি

বীৰভূম হত্যাকাণ্ডৰ তদন্ত চি বি আইক অৰ্পন কলিকতা উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক: পশ্চিমবংগৰ বীৰভূমত সংঘটিত হিংসাত্মক ঘটনাৰ চি বি আই তদন্তৰ নিৰ্দেশ দিছে কলিকতা উচ্চ ন্যায়ালয়ে। অহা ৭ এপ্ৰিলৰ ভিতৰত ন্যায়ালয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে ২২ মাৰ্চত পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰামপুৰহাটত আততায়ীয়ে ৮ টাকৈ ঘৰত অগ্নিসংগযোগ কৰাৰ ফলত শিশু আৰু মহিলাসহ ৮ জন লোকৰ মৃত্যু হৈছিল। প্ৰাপ্ত তথ্য মতে বাসগৃহ কেইটাত […]