Posted inঅসম

পশ্চিম কাৰ্বি আংলঙত বন কৰ্মীৰ দ্ধাৰা চোৰা কাঠৰ বেহা

বৈঠালাংছ’ৰ পৰা জাচন ইংহি: কাৰ্বিপাহাৰত এতিয়াও অবাধ গতিত চলিছে বন ধ্বংস অভিযান। পশ্চিম কাৰ্বিআংলঙ জিলাত অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাইছেকৰ্মৰত একাংশ বন কৰ্মীয়ে । এই ৰমৰমীয়া বেহা চলি থকাৰ পিছতো বিভাগে কোনো ব্যবস্থা নোলোৱাত এই ধ্বংস কাৰ্য দিনকদিনে বৃদ্ধি পাইছে।অসম -মেঘালয়ৰ সীমান্তৰ হাৱংৰ উমজাকিনি বনাঞ্চলিক বিষয়াৰ চকুৰ সন্মুখতে চলিছে এই ৰমৰমীয়া বেহা।পশ্চিম কাৰ্বি […]