Posted inঅসম

পশ্চিম কাৰ্বিআংলঙৰ উলুঞ্চিত শান্তি আৰু প্ৰগতিৰ বিশাল গণসভা

বৈঠালাংছুঃ সন্ত্ৰাস জৰ্জৰিত কাৰ্বি ভূমিত এতিয়া শান্তিৰ বন্যা। এই শান্তি সম্প্ৰীতিৰ দ্বাৰা পাৰ্বত্য এলেকাত অধিক উন্নয়নৰ সপোন ৰচিছে জিলা বাসী তথা কাৰ্বিপৰিষদে। জনসাধাৰণৰ এই উদ্দেশ্য আগত ৰাখি কাৰ্বি পৰিষদে প্ৰতিটো পৰিষদীয় সমষ্টিত অনুস্থিত কৰিছে “শান্তি আৰু প্ৰগতিৰ সভা।তাৰে অংশ হিচাপে ২নং আমৰি আৰু ৩নং চিংণ্ঠং পৰিষদীয় সমষ্টি সামৰি বিৰচিংকীত অনুস্থিত কৰে শান্তি আৰু প্ৰগতিৰ এক […]