Posted inNews

ভোটগণনা আৰম্ভ পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ

নিউজ ডেস্ক: আজি পুৱা ৮ বজাৰ লগে লগে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে । ৰাজ্য খনৰ প্ৰায় ২২ খন জিলাৰ ৩৩৯ স্থানত ভোটগণনা আৰম্ভ কৰা হৈছে । সৰ্বাধিক ভোটগণনা কেন্দ্ৰ দক্ষিণ ২৪ পৰগণাত আৰু আটাইতকৈ কম ৪ টা ভোটকেন্দ্ৰ কলিম্পঙত আছে । শাসনত থকা তৃণমূল কংগ্ৰেছ দলে জিলা পৰিষদৰ সকলো আসন অর্থাৎ ৯২৮ খন […]