Posted inদেশ-বিদেশ

পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা

নিউজ ডেস্ক : অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই আহত কৰা পশ্চিমবংগৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাই মৃত্যুক আঁকোৱালি লয়। মঙলবাৰে ৰাজ্যখনৰ এখন চৰকাৰী চিকিৎসালয়ত নেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে যোৱা দেওবাৰে জলপাইগুৰি জিলাৰ ৰাইগঞ্জ অঞ্চলত মটৰ চাইকেলত অহা দুৰ্বৃত্তই বলৰাম অঞ্চলৰ বুথ সভাপতি মহম্মদ ছুলেইমানৰ ওপৰত গুলীচালনা কৰিছিল। আহত নেতাজনক প্ৰথমে ওচৰৰ এখন হস্পিটালত […]