নিউজ ডেস্ক: শুকুৰবাৰে দিল্লীৰ কনট প্লেচ আৰক্ষী থানাত বিজেপিৰ সাংসদ তথা ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ পঞ্জীয়ন কৰা হয়। দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে এগৰাকী নাবালক মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত শিশুৰ সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। একে সময়তে, আন ৬ গৰাকী মহিলা মল্লযোদ্ধাৰ যৌন […]