নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ”হোৱাটছএপে” এমাহৰ ভিতৰত ২০লাখ ভাৰতীয়ৰ একাউন্ট বন্ধ কৰিছে। নিয়ম উলংঘা কৰা বাবে কোম্পানীয়ে এই একাউণ্ট সমূহ বন্ধ কৰি দিছে। কম্পেনীটোৱে+৯১পূৰ্ব সংখ্যাৰ জড়িয়তে ভাৰতীয় নম্বৰ চিনাক্ত কৰে। ইয়াৰে ৯৫% একাউণ্টেই বন্ধ কৰা হৈছে অনাধিকাৰ ভাৱে অট’মেটেড বা ‘বাল্ক বাৰ্তা’ প্ৰেৰণ কৰাৰ বাবে। লগতে, কোনো ব্যৱহাৰকাৰীয়ে হোৱাটছএপৰ চৰ্তাৱলী আৰু নিয়মাৱলী উলংঘা কৰে, […]