Posted inদেশ-বিদেশ

ম’বাইলত নম্বৰ SAVE নকৰাকৈ হোৱাটছএপত মেছেজ কৰাত অসুবিধাৰ সন্মুখীন হৈছে নেকি?

নিউজ ডেস্কঃ বৰ্তমান সময়ত হোৱাটছএপ এটা খুবেই জনপ্ৰিয় ম’বাইল এপ। হোৱাটএপৰ বিশ্বব্যাপী দুই বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী আছে আৰু ব্যৱহাৰিকভাৱে সকলোৰে বাবে আটাইতকৈ জনপ্ৰিয় মেচেজিং এপ্লিকেচন। অৱশ্যে, ব্যৱহাৰকাৰীসকলে এক ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া তেওঁলোকে অজ্ঞাত ব্যক্তি এজনক নম্বৰটো ম’বাইলত Save নকৰাকৈ টেক্স কৰিবলীয়া হয়। অৰ্থাৎ, ফেচবুকৰ মালিকানাধীন মেচেজিং এপটোৱে ব্যৱহাৰকাৰীসকলক এটা unsaved নম্বৰ টেক্স […]