Posted inদেশ-বিদেশ

একাংশ মোবাইলত বন্ধ হ’ব Whatsapp

নিউজ ডেস্কঃ জনপ্ৰিয় ম’বাইল এপ হোৱাটছএপ বিশ্বব্যাপী কোটি কোটি লোকে ব্যৱহাৰ কৰে। পিছে এটা খবৰে এতিয়া চিন্তিত কৰি তুলিছে হোৱাটছএপ ব্যৱহাৰকাৰীসকলক।  ১ নৱেম্বৰৰ পৰা কোম্পানীটোৱে কিছুমান স্মাৰ্টফোনত কাম কৰা বন্ধ কৰি দিব। ৪৩টা ম’বাইল কোম্পানীৰ গ্ৰাহকে লাভ নকৰিব হোৱাটছএপৰ সুবিধা। একাংশ Android আৰু I-Phone ত বন্ধ হ’ব হোৱাটছএপ । গতিকে আপোনাৰ স্মাৰ্টফোনটো পুৰণি অপাৰেটিং চিষ্টেমত […]