Posted inNews

গোপনীয়তা সুৰক্ষাৰ বাবে হোৱাটছএপৰ নতুন আপডেট Locked Chat

নিউজ ডেস্ক: আজিৰ দৈনন্দিন জীৱনত হোৱাটছএপ এক এৰাব নোৱাৰা যোগাযোগ মাধ্যম। যোগাযোগৰ অতিকৈ জনপ্ৰিয় মাধ্যম হিচাপে পৰিগণিত হোৱাটছএপে শেহতীয়াভাৱে লৈ আহিছে এক নতুন পদক্ষেপ। ব্যৱহাৰকাৰীয়ে যাতে হোৱাটছএপে ব্যৱহাৰ কৰোঁতে অধিক সুৰক্ষা অনুভৱ কৰিব পাৰে তাৰ বাবেই এপটোৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। এতিয়াৰে পৰা হোৱাটছএপে ব্যৱহাৰকাৰীয়ে গোপনীয় কথা পাতিলে চিন্তিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো […]