Posted inঅসম

এইবাৰ ব্লেক ফাংগাছতকৈ বিপজ্জনক হুৱাইট ফাংগাছ; জানক কি কয় চিকিৎসকে

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ব্লেক ফাংগাছ বা মিউক’ৰ্মাইকোছিচক মহামাৰী হিচাপে ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়াৰ কেইটামান দিন পিছতে ভাৰতত এতিয়া আন এক সংক্ৰমণ দেখা দিছে। চিকিৎসা বিজ্ঞানিসকলে এই সংক্ৰমণক হুৱাইট ফাংগাছ হিচাপে চিহ্নিত কৰিছে। বিহাৰৰ পাটনাত ৪ গৰাকী ব্যক্তিৰ শৰীৰত হুৱাইট ফাংগাছৰ সংগ্ৰমণ ধৰা পৰিছে। পাটনাৰ পাৰছ হস্পিতালৰ পাল্মন’ল’জি বিভাগৰ মূৰব্বী চিকিৎসক ডাঃ অৰুণেশ কুমাৰৰ মতে হুৱাইট […]