নিউজ ডেস্ক: অনুষ্ঠান চলি থকাৰ মাজতে হঠাতে মঞ্চত বাগৰি পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। ক’লৰাড’ৰ আমেৰিকান এয়াৰ ফৰ্চ একাডেমীত অনুষ্ঠিত এক অনুষ্ঠানত মঞ্চত হঠাতে উজুটি খাই পৰে ৰাষ্ট্ৰপতিগৰাকী। ১ জুনত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, ক’লৰাড’ৰ আমেৰিকান এয়াৰ ফৰ্চ একাডেমীত অনুষ্ঠিত স্নাতক অনুষ্ঠানত ৯২১ জন স্নাতক কেডেটৰ প্ৰতিজনৰ সৈতে বাইডেনে হাত মিলাইছিল। ইয়াৰ […]