নিউজ ডেস্ক : ভাৰতত প্ৰথম দেখা দিয়া ক’ভিড-১৯ৰ ডেল্টা ভেৰিয়েণ্টক ভাইৰাছটোৰ আটাইতকৈ বেছি সংক্ৰামক ভেৰিয়েণ্ট হিচাপে চিনাক্ত কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰব্বী গৰাকীয়ে এই শুকুৰবাৰে এই কথা সদৰী কৰে। দুখীয়া দেশসমূহত দেখা দিয়া ভেকচিনৰ নাটনিৰ বাবেই এনে হোৱা বুলি তেওঁ জনায়। বিশ্ব স্বাস্থ্য সংস্থাৰ মূৰব্বী গৰাকীয়ে ধনী দেশসমূহে উন্নয়নশীল দেশসমূহক ভেকচিন দিবলৈ অমান্তি হোৱা […]