Posted inNews

কফ ছিৰাপ প্রস্তুতকৰা ৭টা কোম্পানীৰ বিৰুদ্ধে জাননী জাৰী WHOৰ

নিউজ ডেস্ক- ভাৰতৰ কফ ছিৰাপ প্রস্তুতকৰা ৭টা কোম্পানীক বিশ্ব স্বাস্থ্য সংগঠনে (WHO) নিষিদ্ধ ঘোষণা কৰিছে। বিশ্বৰ  কেইবাখনো দেশত তিনি শতাধিক শিশুৰ মৃত্যু হৈছে এই কোম্পানীকেইটাই প্রস্তুত কৰা কফ ছিৰাপ সেৱন কৰি। বিশ্ব স্বাস্থ্য সংগঠনে আফ্ৰিকাৰ দেশ গাম্বিয়াকে ধৰি বিশ্বৰ  কেইবাখনো দেশত তিনি শতাধিক শিশুৰ মৃত্যুৰ কাৰণে এই কোম্পানীকেইটাই প্রস্তুত কৰা কফ ছিৰাপক দায়ী কৰে। বিশ্ব […]