Posted inNews

খুমটাইৰ সোনাৰী গাঁৱত বন্য হস্তীৰ সন্ত্ৰাস, হাতীৰ গছকত মৃত্যু পশুধন

কমাৰগাঁও, চন্দন বৰা: হাতী মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লৈছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত। জিলাখনৰ খুমটাইৰ বিভিন্ন অঞ্চলত আজিও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে কেইবাখনো ঘন জনবসতিপূৰ্ণ গাঁৱৰ গঞা ৰাইজৰ। শনিবাৰে নিশা খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাৰী গাঁৱত দুটা বনৰীয়া হাতীয়ে ইন্দানুশ শইকীয়াৰ কৃষি পামত উপদ্ৰৱ চলোৱাৰ লগতে শইকীয়াৰ গৰু গোহালী,হাঁহ কুকুৰা, ছাগলী […]