Posted inক্ৰীড়া

Wimbledon 2022: আধৰুৱা হৈ ৰ’ল সপোন, পেছাদাৰী টেনিছৰ পৰা বিদায় ছানিয়া মিৰ্জাৰ

নিউজ ডেস্ক: অৱশেষত পৰাজয়েৰে উইম্বলডনৰ পৰা বিদায় ল’লে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই। বুধবাৰে উইম্বলডনৰ মিক্সড ডাবলছত ছানিয়া মিৰ্জা আৰু ক্ৰোৱেছিয়াৰ মেট পেভিচৰ যুটি গ্ৰেট বৃটেইনৰ নীল স্কুপিস্কি আৰু আমেৰিকাৰ ডেচিয়েৰ ক্ৰাজিক বিৰুদ্ধে ৬-৪ ৫-৭ ৪-৬ ছেটত পৰাস্ত হয়। উল্লেখযোগ্য যে ৩৫ বছৰীয়া ছানিয়া মিৰ্জাৰ এইখন অন্তিমখন উইম্বলডন মেচ আছিল। তেওঁ আৰু মহেশ ভূপতীৰ যুটিয়ে […]