Posted inক্ৰীড়া

ভাৰতে বৰ্জন কৰিলে আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অলিম্পিক

ক্ৰীড়া ক্ষেত্ৰত পুনৰ বিতৰ্ক, বেইজিং শীতকালীন অলিম্পিক বৰ্জন কৰাৰ সিদ্ধান্ত ল’লে ভাৰতে ৷ অলিম্পিকৰ মঞ্চত ভাৰত-চীনৰ গালৱান বিতৰ্কই স্থান পোৱাৰ বাবেই আজিৰে পৰা আৰম্ভ হ’ব লগীয়া বেইজিঙৰ শীতকালীন অলিম্পিক বৰ্জনৰ সিদ্ধান্ত ভাৰতৰ কূটনৈতিক মহলৰ। উল্লেখ্য, ইতিমধ্যে আমেৰিকাৰো চৰকাৰী বিষয়া প্ৰতিনিধিসকলে বেইজিং অলিম্পিক বৰ্জনৰ সিদ্ধান্ত লৈছিল৷ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র অৰিন্দম বাগচীয়ে প্ৰকাশ কৰা মতে, অলিম্পিকক লৈ […]