Posted inজীৱনশৈলী

শীতকালত ছালত কেনেদৰে অলিভ অইল লগাব?

নিউজ ডেস্কঃ জাৰকাল অহাৰ লগে লগে আমাৰ ছালখন ৰুক্ষ হৈ পৰে। শুকান হৈ পৰাৰ ফলত ছালৰ উজ্জ্বলতা হ্ৰাস হৈ যোৱা দেখা যায়। এই  সমস্য়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি আপোনাৰ Night skin care routine খনৰ কিছু সাল-সলনি কৰিলেই ইয়াৰ সমাধান পাব। ইয়াৰ বাবে আপুনি বহুত বেছি একো কৰাৰো প্ৰয়োজন নাই। কেৱল আপুনি অলিভ অইলৰ সহায়তে এই সমস্য়াৰ পৰা […]