Posted inNews

ডাইনীকাণ্ডকলৈ সৰৱ অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়া

গুৱাহাটী : ডাইনীকাণ্ডকলৈ সৰৱ অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়া। চৰকাৰৰ অৱহেলাৰ বাবেই অসমত ডাইনীকাণ্ড সংঘটিত হৈ থকাৰ অভিযোগ অন্ধবিশ্বাস বিৰোধী নেতা ডঃ দিব্যজ্যোতি শইকীয়াৰ। ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই অসমত এতিয়াও অন্ধবিশ্বাস তথা ডাইনীৰ নামত একাংশ নিৰীহ লোকক হত্যা তথা না না অত্যাচাৰৰ বলি হ’বলগীয়া হৈ আছে বুলি কয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, বিশিষ্ট […]