গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদৰ গোচৰত গ্ৰেপ্তাৰ ববীতা গগৈ নামৰ এগৰাকী মহিলা। পাণবজাৰ আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ পৰা গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। প্ৰকাশন পৰিষদে প্ৰণয়ন কৰা কিতাপ অনুমতি অবিহনে PDF ফাইল বনাই বিভিন্ন সামাজিক মাধ্যমত প্ৰচাৰত জড়িত আছিল মহিলাগৰাকী। Copyright Act অধীনত সোমবাৰে গ্ৰেপ্তাৰ হৈছিল তিনিচুকীয়া ঔগুৰিৰ মন্টু ডেকা নামৰ এজন যুৱক। অসম প্ৰকাশন আৰু বিক্ৰেতা সন্থাই দিয়া গোচৰৰ […]