দৰং জিলাৰ ৰামহৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দাঁহা গাঁৱৰ হেমলতা ডেকাৰ পৰিয়ালটোয়ে কেইবছৰমান আগলৈকে জীৱন-জীৱিকা বাবে নিৰ্ভৰ কৰিছিল পৰিয়ালৰ এগৰাকী সদস্যৰ উপাৰ্জনৰ ওপৰত৷