নিউজ ডেস্কঃ বিবাহবাৰ্ষিকীৰ দিনাই সন্ধানহীন হ’ল পত্নী। তিনিদিন ধৰি সন্ধান চলোৱাৰ অন্তত সাগৰৰ মাজত প্ৰেমিকৰ সৈতে উদ্ধাৰ হ’ল মহিলাগৰাকী। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হ’ল এই ঘটনা। জানিব পৰা মতে, দুবছৰৰ পূৰ্বে ২১ বছৰীয়া এন চাই প্ৰিয়া আৰু শ্ৰী নিবাস ৰাওৰ বিবাহ হৈছিল। বিশাখাপট্টনমৰ সঞ্জীৱনগৰ কলনীৰ বাসিন্দা এই দম্পতীয়ে যোৱা ২৫ জুলাইত দ্বিতীয় বিবাহ বাৰ্ষিকী উপলক্ষে সিংহচলম […]
Tag: woman missing
Posted inঅসম